January 15, 2025 8:26 PM
58
অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন দাখিল
কেতবোৰ সংগঠিত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ অপৰাধমূলক কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ পৰা পোৱা তথ্যৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত পূর্বে অপৰাধমূলক কাৰ্য্য-কলাপত জড়িত ব্যক্তিকো তদন্তৰ আওঁতালৈ আ...