ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী আজি সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয়। শ্রমিক নেতা তথা প্রাক্তন বিধায়ক প্রয়াত শইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠানবো আয়োজন কৰা হয়।
Assamese | June 1, 2024 8:15 PM | Air news Guwahati | Akashvani Guwahati | Assam | Guwahati City
ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী পালন