আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। মুঠ ১০০ নম্বৰৰ এই পৰীক্ষা দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে অনুষ্ঠিত হ’ব। পৰীক্ষাৰ্থীসকলক দিনৰ ১০ বজাত যাৱতীয় তথ্য-পাতিৰ লগতে ফটো পৰিচয় পত্রসহ পৰীক্ষাস্থলীত উপস্থিত হ’বলৈ কোৱা হৈছে।
Assamese | July 13, 2024 7:44 PM | AIR GUWAHATI | news
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদকৰ নিযুক্তিৰ বাবে কাইলৈ লিখিত পৰীক্ষা