April 15, 2025 8:10 PM

views 43

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সংস্থাৰ অভিযোগনামা দাখিল

বিধি বলবৎকাৰী সংস্থাই নেচনেল হেৰল্ড গোচৰত ক'লা ধন বৈধকৰণৰ অভিযোগত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত কংগ্ৰেছ নেতা চেম পিট্‌'ডা আৰু সুমন ডুবেৰ নামো অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ন্যায়াধীশে আজি এই অভিযোগনামাখন চালি-জাৰি চাই অ...

April 15, 2025 8:07 PM

views 25

দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি

উচ্চতম ন্যায়ালয়ে দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ শিশু সৰবৰাহ গোচৰৰ অভিযুক্তই দাখিল কৰা অগ্রিম জামিন আবেদনৰ শুনানী গ্রহণ কৰি ন্যায়ালয়ে আজি এই নীতি- নিৰ্দেশনা জাৰি কৰে। ন্যায়াধীশ জে বি পা...

April 15, 2025 7:47 PM

views 72

বাক্সা জিলাৰ বিভিন্ন স্থানত গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ

বাক্সা জিলাৰ বিভিন্ন স্থানত আজি গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ হৈছে। জিলাখনৰ মা গোঁসানী, মা কামাখ্যা, কলিয়া ঠাকুৰ, ভাংৰা গোসাই, বুঢ়া গোঁসাই, গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে এই লোক উৎসৱৰ বাবে ৫-৬ ডাল দীঘল বাঁহ কাটি গৰু বিহুৰ দজিনাখন গোসাইদহৰ বাঁহ সজোৱা হয়। মুৰত ...

April 15, 2025 7:42 PM

views 21

নলবাৰীৰ বৰনদ্দীত ১০৩ বছৰীয়া মহাবিষ্ণু যজ্ঞত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰনদ্দীত ১০৩ বছৰীয়া মহাবিষ্ণু যজ্ঞত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত যজ্ঞ পৰিচালনা সমিতিক এটা বিবাহ ভৱন নিৰ্মাণ কৰাৰ বাবে এক কোটি টকা প্ৰদানৰ আশ্বাস দিয়ে। ড০ শর্মাই আজি জিলাখনত বিজেপিৰ বাঁহজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ আনুষ্ঠানি...

April 15, 2025 7:38 PM

views 44

বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা প্ৰকাশ

বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। ৰাজ্যখনৰ বাবে অসমীয়া ১৪৪৭ শকটো মিশ্ৰিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই বছৰটো শুভ হ'ব যদিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ বাবে বছৰটো বৰ শুভ নহ'ব বুলি গণনাৰ ফলাফলত কোৱা হৈছে। মুখ্যমন্ত্ৰী ড...

April 15, 2025 7:33 PM

views 42

ৰাজ্যৰ বিভিন্ন জিলাত বোকাখেল, লোক ৰীতি আৰু পৰম্পৰাৰে ৰঙালী বিহু উদযাপন

শিৱসাগৰ জিলাত ৰংপুৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি ৰংঘৰৰ বাকৰিত মুকলি বিহুৰ আয়োজন কৰা হয়। তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ প্ৰতীকি স্বৰ্গদেউক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাতি-বর্ণ নির্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰা এই ৰঙালী বিহুৰ কাৰ্যসূচীত পৰম্পৰাগত খেল-ধেমালি আৰু বিহু-হুঁচৰি অনুষ্ঠান পৰিৱেশন...

April 15, 2025 6:53 PM

views 44

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্রোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্রীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসক...

April 15, 2025 6:50 PM

views 77

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভা পহিলা বহাগক নিজৰ দিন হিচাপে পালন

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভাই বজালী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সহযোগত আজি নিজৰ দিন পালন কৰে। অনুষ্ঠানৰ পাটাছাৰকুছি অঞ্চলৰ সমাজৰ ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত ২১ গৰাকী লোকক একোখনকৈ বিহুৱান আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

April 15, 2025 6:46 PM

views 19

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদ চলন্তিকাত আজি ডিমাছা, মৰাণ, মিছিং আৰু তিৱাসকলৰ বিহু পালন

অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে অনাদিকালৰে পৰা বিহু পালন কৰি আহিছে। বাপতিসাহোন বিহুটি ডিমাছা, মৰাণ, মিছিং আৰু তিৱা সকলেনো কেনেকৈ পালন কৰে এই বিষয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটী সংবাদ চলন্তিকাত শুনিবলৈ পাব। আমাৰ ডিমা হাচাও, তিনিচুকীয়া, ধেমাজি আৰু মৰিগাঁও জিলাৰ সংবাদ দাতাসকলৰ প...

April 15, 2025 6:36 PM

views 41

বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াই আজি তেখেতৰ বাসগৃহ বর্ণমালাত কেইবাগৰাকীও শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। বৰেণ্য সাহিত্যিকগৰাকীয়ে অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই আটাইৰে কুশল-মংগল কামনা কৰে। তেওঁ পূৰ্বৰ তিক...