January 1, 2025 1:51 PM

views 40

ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ে ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক সংকল্প, গণতান্ত্রিক প্ৰমূল্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম নীতিৰে আগবাঢ়ি দেশৰ বিকাশত অৰিহণা আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ২০৪৭ৰ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত সংবিধান...

January 1, 2025 1:49 PM

views 30

আনন্দ-উৎসাহেৰে দেশৰ সমূহ জনসাধাৰণৰ ইংৰাজী নতুন বৰ্ষক আদৰণি

ইংৰাজী নতুন বছৰ ২০২৫ আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে ভাৰততো জনসাধাৰণে হৰ্যোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত শংখধবনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধবনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰটোৰ প্ৰৱেশক উ...