April 16, 2025 12:09 PM

views 63

সাদিনীয়া ব’হাগ বিহুৰ আজি গোসাঁই বিহু পালন

সাদিনীয়া ব'হাগ বিহুৰ আজি গোসাঁই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ...

April 16, 2025 12:00 PM

views 43

দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সময়ৰ লগে লগে এই খণ্ডৰ প্ৰাসঙ্গিকতা বৃদ্ধি পাব। ড'নাৰ মন্ত্ৰালয়ে আয়োজন কৰা সমাগত উত্তৰ-পূব বিনিয়োগ সন্মিলন সন্দৰ্ভত প্রত...

April 15, 2025 8:36 PM

views 41

প্ৰধানমন্ত্ৰী পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে ছিংগাপুৰৰ সংসদ ভংগ কৰে

ছিংগাপুৰত আজি প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে সংসদ ভংগ কৰে। ইয়াৰ পাছতে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে প্রধানমন্ত্রী ৱঙে শাসকীয় পিপলছ একচন পাৰ্টীৰ নেতা হিচাপে প্ৰথমটো কাৰ্য্যভাৰ বিচৰাৰ সম্ভাৱনা আছে। নির্বাচন বিভাগে বিয়লিৰ ভাগত নিৰ্বাচনৰ দিন ধাৰ্য্য কৰাৰ সম্ভাৱনা আছে...

April 15, 2025 8:32 PM

views 34

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্রান্তৰ বেলুচিস্তান প্ৰদেশত আজি হোৱা এটা বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য ১৬ জন আহত হয়। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মাষ্টুং জিলাৰ কুণ্ড মাছুৰী এলেকাৰ সমীপত কালাত জিলাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ আৰক্ষী কৰ্মীক কঢ়িয়াই নিয়া এখন বাছত আ...

April 15, 2025 8:30 PM

views 36

সম্প্ৰচাৰ প্ৰযুক্তিৰ ডিজিটেল ট্ৰেন্সমিটাৰলৈ স্থানান্তৰিত হোৱাৰ ফলত সম্প্ৰচাৰ ক্ষমতা বৃদ্ধিৰ লগতে লাইভ স্ট্রীমিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সক্ষম হৈছেঃ ড০ প্ৰজ্ঞান পালীৱাল গৌৰ

আকাশবাণী হায়দৰাবাদ কেন্দ্ৰৰ হীৰক জয়ন্তী সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে। আকাশবাণী আৰু সংবাদ সেৱা বিভাগৰ মহা নিৰ্দেশক ড০ প্ৰজ্ঞান পালীৱাল গৌৰে ভার্চুৱেল ব্যৱস্থাৰে অনুষ্ঠানটি মুকলি কৰে। আকাশবাণী হায়দৰাবাদৰ সমূহ কৰ্ম-কৰ্তা তথা বিষয়ববীয়াক সম্বোধন কৰি ড০ গৌৰে কয়, যে সম্প্ৰচাৰ প্ৰযুক্তিৰ এনালগৰ পৰা ডিজ...

April 15, 2025 8:25 PM

views 27

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক ২০২৩ বেটছৰ ভাৰতীয় প্রশাসনিক বিষয়াসকলৰ সাক্ষাৎ

২০২৩ বেটছৰ ভাৰতীয় প্রশাসনিক বিষয়াসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্ৰীমতী মুর্মুৱে কয়, যে এই বিষয়াসকলে স্থানীয় আৰু ৰাজ্যিক পৰ্য্যায়ত ৰূপায়ণ কৰা উন্নয়ন আৰু জন-কল্যাণমূলক কামে ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায...

April 15, 2025 8:22 PM

views 78

দেশত যোৱা মাৰ্চত খুচুৰা মুদ্রাস্ফীতি ৩.৩৪ শতাংশলৈ হ্ৰাস

দেশত যোৱা মাৰ্চত খুচুৰা মুদ্রাস্ফীতি ৩.৩৪ শতাংশলৈ হ্ৰাস পাইছে। ফেব্ৰুৱাৰীত এই হাৰ ৩.৬১ শতাংশ আছিল। বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবেই মুদ্রাস্ফীতি নিম্নগামী হোৱা বুলি কোৱা হৈছে। পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মুদ্রাস্ফীতিৰ এই হাৰ ২০১৯ চনৰ আগষ্টৰ প...

April 15, 2025 8:19 PM

views 45

চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূৰ...

April 15, 2025 8:16 PM

views 35

পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃগাঁথনিৰ দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবঃ নীতিন গাডকাৰী

পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দেশৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নৰ গুৰুত্বত জোৰ দিছে আৰু প্ৰতি দিনে ১০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সৰ্ব ভাৰতীয় ব্যৱস্থাপনা সংস্থা, এ আই এম এৰ দশম ৰাষ্ট্ৰীয় নেতৃত্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয়, যে পৰৱৰ্তী ১৮ মাহত দেশে পথ আন্তঃ...

April 15, 2025 8:14 PM

views 34

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে ডেনমার্কৰ প্ৰধানমন্ত্রী মেটে ফ্ৰেডৰিক্সনৰ সৈতে কথা পাতে। কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-ডেনমার্ক সেউজ কৌশলগত সহযোগিতাৰ প্ৰতি সমর্থন প্ৰকাশ কৰে আৰু উভয় দেশৰ জনসাধাৰণৰ হিতার্থে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। শ্ৰীমতী ফ্ৰেডৰিক্সনৰ সৈত...