April 16, 2025 1:30 PM

views 29

শিলচৰত ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ৭ জন লোকক কাচাৰ আৰক্ষীৰ গ্রেপ্তাৰ

কাচাৰ আৰক্ষীয়ে শিলচৰৰ বেবেংগাত যোৱা দেওবাৰে ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সংক্ৰান্তত ৭ জন লোকক গ্রেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক নোমান মাহাট্টাই প্রকাশ কৰা মতে, আৰক্ষীয়ে যোৱা নিশা শিলচৰ থানাৰ অধীনৰ ভাগাদহৰ আৰু কাশিপুৰ অঞ্চলত অভিযান চলাই এই ঘটনাত প্রাথমিকভাৱে জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘট...

April 16, 2025 1:18 PM

views 64

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ'পেন এক্‌জে লাইচেন্সিং পলিচী চমুকৈ অ' এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্টন কৰিছে। বিষয়টোৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব...

April 16, 2025 1:12 PM

views 55

২০২৫ বৰ্ষত মে-জুন মাহত যোৱা বছৰৰ তুলনাত অধিক গৰমৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূ...

April 16, 2025 1:09 PM

views 25

ভাৰতৰ শ্ৰেয়াছ আয়াৰ আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতৰ শ্ৰেয়াছ আয়াৰক আই চি চিৰ মাৰ্চ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ ৰূপে নিৰ্বাচিত কৰা হৈছে। মহিলা শাখাত অষ্ট্ৰেলিয়াৰ জর্জিয়া ব'ললৈ এই সন্মান আগবঢ়োৱা হৈছে। শেহতীয়া চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শ্ৰেয়াছে অন্...

April 16, 2025 1:00 PM

views 28

২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত খেলপথাৰত অনুষ্ঠিত হব

২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত নির্মিত অস্থায়ী খেলপথাৰত খেলোৱা হ'ব। অলিম্পিক আয়োজক সমিতিয়ে কালি এই কথা প্ৰকাশ কৰে। দক্ষিণ কেলিফর্ণিয়াত অৱস্থিত পমনাৰ পৰা লছ এঞ্জেলছৰ দূৰত্ব প্রায় ৫০ কিলোমিটাৰ। ক্রিকেট প্রতিযোগিতা টি-২০ আৰ্হিত আৰু পুৰুষ তথা মহিলাৰ উভয় শাখাৰ ছটা দল...

April 16, 2025 12:49 PM

views 47

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে

ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰাৰ বাতৰি পোৱা গৈছে। সাম্প্রদায়িক বিবাদক লৈ সূত্রপাত হোৱা এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ বর্তমান চিকিৎসা চলি আছে। যোৱা ১১ এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাক লৈ ডুবাইত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত ভয় আৰু উ...

April 16, 2025 12:40 PM

views 22

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতাৰ কথা দোহাৰে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ক কয় যে তেওঁ এখন পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতা কৰে। নেতানাহুৱে দ্বিদেশীয় সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমর্থন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে ...

April 16, 2025 12:30 PM

views 51

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা  বৃহস্পতিবাৰে প্ৰকাশ পাব

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি চলাই আছে। বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কা...

April 16, 2025 12:27 PM

views 31

মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে মিজোৰামত বিশ্ব কলা দিৱসৰ আয়োজন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মিজোৰামতো মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে বিশ্ব কলা দিৱসৰ আয়োজন কৰা হয়। আইজলৰ ট্ৰেজাৰী স্কুৱাৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱোমাৰ উপৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকল আৰু বহিঃৰাজ্যৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে। ভাৰত আন্তঃৰাষ্ট্...

April 16, 2025 12:18 PM

views 35

চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা লাভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেন্টিটি ৰেজিষ্টাৰ, চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। যোৱা বছৰৰ ২০ এপ্ৰিলৰ পৰা চলিত মাহলৈকে ৫২৮টা মোবাইল ফোনৰ সন্ধান উলিওৱা হয়। এই পদক্ষেপে যাত্ৰীৰ নিৰাপত্তা নিশ্চিতকৰণ আৰু তাৎক্ষণিকভাৱে ৰাজহুৱা...