April 21, 2025 7:41 PM

views 48

বৰপেটা সত্ৰৰ ব’হাগ বিহুৰ আজি সামৰণি

সত্ৰকেন্দ্ৰিক ৰীতি-নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ ব'হাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাট অর্থাৎ বাটচ'ৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ তিনিখন হাটীৰ অন্তৰ্গত ভকতসকলে থিয়নাম পৰিৱেশন কৰি বৈহাগৰ দহী হিচাপে পৰিচিত ব'হাগ বিহু আনুষ্ঠানিকভাৱে বিদায় দিয়ে। উল্লেখয...

April 21, 2025 7:38 PM

views 49

অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি

সেনাবাহিনীয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি কৰিছে। সেই অনুসৰি ১২ মাৰ্চত আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন ২৫ এপ্রিল পর্যন্ত অব্যাহত থাকিব। যোগ্যতাসম্পন্ন ইচ্ছুক প্রার্থীয়ে সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.join...

April 21, 2025 6:48 PM

views 52

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল'বলগীয়া সাৱধানতা, ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাট বজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে এন ডি আৰ এফ, ...

April 21, 2025 7:35 PM

views 81

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী ...

April 21, 2025 6:34 PM

views 49

জৰ্জ কুৰিয়ানৰ আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ

মীন, পশুপালন আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানে আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰি ভালেমান কাৰ্যসূচীত অংশ লয়। শ্রীকুৰিয়ানে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ...

April 21, 2025 7:32 PM

views 49

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত...

April 21, 2025 6:28 PM

views 35

সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিট...

April 21, 2025 3:59 PM

views 50

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা ব্রাতাত শ্রী আয়ই ব্ৰিটিছ কলম্বিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানপন্থীয়ে ...

April 21, 2025 3:51 PM

views 46

ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ’ব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আশা প্ৰকাশ কৰিছে যে ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ'ব। সামাজিক মাধ্যমৰ মঞ্চ টুথ ছ'চিয়েলত ট্রাম্পে কয় যে ৰাছিয়া আৰু ইউক্রেইন এই চুক্তিত উপনীত হ'লেই দেশ দুখনৰ আমেৰিকাৰ সৈতে ব্যৱসায়...

April 21, 2025 3:47 PM

views 36

ৱক্‌ফ সংশোধনী আইনৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক প্রতিবেদন দাখিলৰ বাবে নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱক্‌ফ সংশোধনী আইনৰ বিৰোধিতাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন ৫ সদস্যবিশিষ্ট ন্যায়িক তদন্ত আয়োগ গঠনৰ বাবে দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদনৰ আজি সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। শীর্ষ আদালতৰ ৱেব...