আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আশা প্ৰকাশ কৰিছে যে ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ’ব। সামাজিক মাধ্যমৰ মঞ্চ টুথ ছ’চিয়েলত ট্রাম্পে কয় যে ৰাছিয়া আৰু ইউক্রেইন এই চুক্তিত উপনীত হ’লেই দেশ দুখনৰ আমেৰিকাৰ সৈতে ব্যৱসায়িক সম্বন্ধ স্থাপন হ’ব।
Assamese | April 21, 2025 3:51 PM | Akashvani News | Russia-Ukraine War
ৰাছিয়া আৰু ইউক্রেইনে দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে চলিত সপ্তাহতে এখন শান্তি চুক্তিত উপনীত হ’ব