April 21, 2025 3:43 PM
67
ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা
জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহ...