April 21, 2025 11:00 AM
78
ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত UDISE সূচ্যাংক বাধ্যতামূলক নহয়
● ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ UDISE সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জাননীত উল্লেখ থকা অনুসৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাহে শিক্ষাৰ্থীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহৰ UDISE সূচ্য...