April 27, 2025 8:33 PM

views 81

সেনা বাহিনীক অত্যাধুনিক কৰাৰ বাবে চৰকাৰে বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা ভুৱা বুলি চৰকাৰৰ প্ৰকাশ

সেনা বাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ সত্যতা নিৰূপন গোটে এই বাৰ্তাটো বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে। কোনো সামৰিক অভিযানৰ সময়ত নিহত অথবা আহত হোৱা সেনাৰ পৰিয়ালল...

April 27, 2025 8:20 PM

views 58

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল হোতা, বিশিষ্ট মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য আজি বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হৈছে। ৮৪ বছৰীয়া ড০ কস্তুৰীৰংগনৰ যোৱ শুকুৰবাৰে বেংগালুৰুত দেহাৱসান ঘটে। তেওঁৰ শৱদেহত আজি ৰমন গৱেষণা প্ৰতিষ্ঠানত অন্তিম শ্রদ্ধা জ্ঞা...

April 27, 2025 8:14 PM

views 49

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছেঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছে। কৰ্কট ৰোগ শীঘ্ৰে ধৰা পেলোৱা আৰু দেশৰ বিভিন্ন অংশত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবেই এই পৰিৱৰ্তন দেখা গৈছে। আজি মহাৰাষ্ট্ৰৰ ছত্ৰপতি চন্তাজি নগৰৰ চৰকাৰী কৰ্কট চিকিৎ‍সালয়ত শেহতীয়া সুবিধাযুক্ত ট্রু ...

April 27, 2025 8:09 PM

views 58

মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহতে ভাৰতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ভাৰতে ১০৪ টা উপগ্রহ উৎক্ষেপন কৰাটো তেওঁ গৌৰৱৰ বিষয়ে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে চন...

April 27, 2025 8:05 PM

views 84

উত্তৰাখণ্ড চৰকাৰে চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে

উত্তৰাখণ্ড চৰকাৰে হেমকুণ্ড চাহিব আৰু বাৰ্ষিক চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে। পর্যটন আৰু সাংস্কৃতিক ৰাজ্যমন্ত্ৰী সৎপাল মহাৰাজে শীঘ্ৰে বলবৎ হোৱা এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে পৰ্যটন আৰু সন্ত্ৰাসবাদ সমান্তৰালকৈ আগবাঢ়িব নোৱাৰে। তেওঁ...

April 27, 2025 7:37 PM

views 50

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিদিনে দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্...

April 27, 2025 7:27 PM

views 49

প্ৰতিবন্ধকতা আৰু দুৰাৰোগ্য ৰোগেও দমাব নোৱৰা কেইগৰাকীমান অদম্য, অজেয় ব্যক্তিৰ কাহিনীৰে আজিৰ সংবাদ চলন্তিকা

 সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭:৪৫ মিনিটত এটি বি...

April 27, 2025 7:18 PM

views 45

তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি কৰ্দৈগুৰি গাঁও পঞ্চায়ত এলেকাৰ খহনীয়া প্রবণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত ৮টা পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ক্ষতিগ্রস্ত পৰিয়ালকেইট...

April 27, 2025 7:15 PM

views 70

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ...

April 27, 2025 7:12 PM

views 66

তিৱা জনজাতীয়সকলৰ ব’হাগ বিহুৰ  অন্তিম দিনা প্রতীকি যুদ্ধ প্ৰদৰ্শন

তিৱা জনজাতীয় ব'হাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য-সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে প্রতীকি যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্রতীকি যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোভা ৰজাৰ ব'হাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে জাগীৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্রতীকি যুদ্ধ অনুষ্ঠ...