April 27, 2025 8:51 PM

views 27

নৰৱেৰ ৰাষ্ট্রদূতৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে নগাঁৱত ৰূপায়িত এনেক্ট-আছাম প্রকল্পৰ ক্ষেত্ৰসমূহ পৰিদর্শন

নৰৱেৰ ৰাষ্ট্রদূত এইচ ই মিছ মে-এলিন ষ্টেনাৰৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে আজি নগাঁৱত ৰূপায়িত হৈ থকা এনাক্ট-আছাম প্ৰকল্পৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। জিলাখনৰ তিনিটা উন্নয়ন খণ্ড ক্রমে কঠিয়াতলি, পাখিমৰীয়া আৰু ৰহাত ৰূপায়ণ হৈ থকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি...

April 27, 2025 7:01 PM

views 41

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। বিভাগে প্রকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৩১ খন আৰু অগ্রাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ৮৮৯ খন কার্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰী...

April 27, 2025 12:37 PM

views 56

পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃঢ়তা প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দৃঢ়তাৰে কয়। আজি দিনৰ এঘাৰ বজাত প্ৰচাৰ হোৱা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীয়ে চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্রমণ সন্দৰ্ভত প্রতিক্...

April 27, 2025 12:32 PM

views 63

মন কী বাত অনুষ্ঠানত ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ

দুদিন পূর্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সুঁৱৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কয়, যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰালে। বিজ্ঞান, শিক্ষা আৰু ভাৰতীয় মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত প্রয়াত কস্তুৰীৰংগনে উচ্চতাৰ শিখৰলৈ লৈ যোৱা বুলিও তেওঁ প্ৰকাশ...

April 27, 2025 12:19 PM

views 43

শোণিতপুৰত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ কালি অনুষ্ঠিত হয়। বায়ু প্রদূষণ, প্লাষ্টিক আৱৰ্জনাৰ কু-প্ৰভাৱ, আৱৰ্জনা সমস্যাৰ ব্যৱস্থাপনা আদি সম্পর্কে সজাগতা সৃষ্টিৰে এই আলোচনা চক্র অনুষ্ঠিত হয়। দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বি...

April 27, 2025 12:14 PM

views 61

তিনিচুকীয়াৰ কাকপথাৰত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন

তিনিচুকীয়াৰ কাকপথাৰত উলহ-মালহেৰে কালি মৰাণ জনগোষ্ঠীৰ লোকসকলে ৰাতি বিহু উদযাপন কৰে। মন্ত্রী পীযূষ হাজৰিকাই এই কাৰ্যসূচীত অংশ লৈ সকলোৰে জীৱন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে। বিধায়ক বলীন চেতিয়া, প্রাক্তন বিধায়ক দিলীপ মৰাণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয়।

April 27, 2025 12:07 PM

views 46

বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ

ৰাজ্য চৰকাৰে বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰা মতে অসমৰ প্ৰায় ৩১,৫০০ বর্গ কিলোমিটাৰ এলেকা বান প্রবন। আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বান প্রবন এলেকাৰ পৰিমাণ মুঠ ভূ-ভাগৰ প্ৰায় ৩৯.৫৮ শতাংশ আৰু দেশৰ মুঠ বানপ্রবন এলেকাৰ ৯.৪ শতাংশ। আ...

April 27, 2025 12:04 PM

views 36

দৃষ্টিপাতঃ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমানত গুৰুত্ব আৰোপ কৰিব লাগিব

ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগতমান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠান অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত জে-ফ্ৰটিন ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্তাধিকাৰী দেৱ কুমাৰ বৰ্মনে কয়, যে...

April 27, 2025 12:00 PM

views 45

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ব্যাপক প্ৰচাৰ অভিযান

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তিনিচুকীয়াৰ বাৰেকুৰি আৰু লাংকাচেত নির্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকী...

April 27, 2025 11:49 AM

views 39

ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্বত পি ভি সিন্ধু আৰু লক্ষে সেন

পি ভি সিন্ধু আৰু লক্ষে সেনে আজিৰে পৰা চীনৰ শ্বিয়ামেনত অনুষ্ঠিত হ'বলগীয়া ছুদীৰমন কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ভাৰত, ডেনমার্ক, ইণ্ডোনেছিয়া আৰু ইংলেণ্ডক প্রতিযোগিতাৰ গ্ৰুপ-ডিত স্থান দিয়া হৈছে। গ্ৰুপৰ প্ৰথম দুটা দলে প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। এই প্রতিয...