April 28, 2025 12:35 PM

views 50

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা ১৯ জন লোকক আটক অসম আৰক্ষীৰ

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ১৯ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কৰা মন্তব্য আৰু অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। কালি বৰপেটা আৰক্ষীয়ে জাফি আলী, কাছাৰ ...

April 28, 2025 12:33 PM

views 75

ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি আয়োজন

মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি ...

April 28, 2025 12:31 PM

views 47

ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রীৰ ঘোষণা

ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতু আৰু থানা চাৰিআলিৰ-চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকটা পথৰ নৱনিৰ্মিত উৰ...

April 28, 2025 12:28 PM

views 91

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তৰ আক্রমণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে কালি নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্রমণ সংঘটিত কৰে । দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ শুইছ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ধিং অভিমুখে আহি থ...

April 28, 2025 12:26 PM

views 61

ৰাজ্যত শাসক-বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মায়ো প্রতিদিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ড° শৰ্মা...

April 28, 2025 12:23 PM

views 50

ভূৱা আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শীঘ্ৰে অভিযান

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ অসমত আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা দুই-চাৰি দিনতে অসমত এই অভিযান আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই কালি এই কথা সদৰি কৰি কয়, যে বহু লোকে এ...

April 27, 2025 8:59 PM

views 27

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি কৰে। পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত ড০ লীলা গগৈ উৰণ সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে। ৫৬ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ড০ লীলা গগৈ উৰণ...

April 27, 2025 8:53 PM

views 123

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত কেইবাটাও অঞ্চলত গছ-গছনি বাগৰি পৰাত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বাতৰি যুগুতোৱা পৰলৈ ধুবুৰী নগৰৰ বহু অঞ্চলত বি...

April 27, 2025 8:42 PM

views 42

পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু নতুন দিল্লীত উপস্থিত

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰবী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰোমৰ শান্তা মাৰিয়া মেইগিগোৰ বেচিলিকাত কালি ৰাষ্ট্ৰপতিগৰাকীয়ে পোপ ফ্রান্সিছক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু...

April 27, 2025 8:37 PM

views 23

পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপি নেতা প্রদীপ ভাণ্ডাৰীৰ অভিযোগ

বিজেপি নেতা প্রদীপ ভাণ্ডাৰীয়ে পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰাৰ লগতে ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে। শ্রীভাণ্ডাৰীয়ে আজি নতুন দিল্লীত কয়, যে কংগ্ৰেছৰ বিবৃতিয়ে সন্ত্ৰাসবাদৰ বলি হোৱাসকলক অপমান কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছৰ নেতাসকলে বিবৃতিত সন্ত্রাসবাদীয়ে ধৰ্মৰ বি...