April 28, 2025 12:58 PM

views 30

নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি

 ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি নৰ্থ লখিমপুৰ কলেজত দুদিনীয়াকৈ আয়োজিত আলোচনাচক্ৰৰ সামৰণি পৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সহযোগত আয়োজিত ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম শীর্ষক আলোচনাচক্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক নিৰোদ বৰুৱ...

April 28, 2025 12:56 PM

views 47

গুৱাহাটীৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰত বোকা আঁতৰোৱাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

গুৱাহাটী মহানগৰীত বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে নলা নিষ্কাশনৰ পাছত ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি ন...

April 28, 2025 12:53 PM

views 101

৮৩ টা সোণৰ পদকেৰে এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতৰ বিশেষ সফলতা

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতে ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীর্ষস্থান দখল কৰিছে। কালি দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৮৭টা পদক লাভ কৰে। প্ৰতিযোগিতাখনত জাপানে ৩টা সোণ, ৩টা ৰূপ আৰু ওমান ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত ...

April 28, 2025 12:50 PM

views 53

আই পি এলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দেলহী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহী কেপিটেলছক ৬ উইকেটত পৰাজিত কৰে। দেলহী কেপিটেলছে বান্ধি দিয়া ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৮ অভাৰ আৰু ৩টা বলতেই ৪ উইকেটৰ বিনিময়ত ১৬৫ ৰান কৰি ...

April 28, 2025 12:48 PM

views 107

তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা

পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে নিষিদ্ধ ঘোষিত তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। সেনা বাহিনীৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদী কেইজন পাকিস্তান- আফগানিস্তান সীমান্তৰে উত্তৰ-পশ্চিম পাকিস্তানৰ খেইবৰ পাখতুনখাৱাত আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল। আন্তঃসেৱা জনসংযোগৰ বিবৃতি অনুসৰি যো...

April 28, 2025 12:46 PM

views 26

দুৰ্যোগ অথবা স্বাস্থ্য বিষয়ক সমস্যাৰ ক্ষেত্ৰত ভাৰত তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত- পীয়ুষ গোৱেল

দেশৰ লোকসকল সুস্থ হ'লেহে অহা ২৫ বছৰত ভাৰতে ৩০ ত্রিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ পূৰণত সফল হ'ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনত ভাষণ দি শ্রীগোৱেলে কয় যে চৰকাৰৰ সকলোবোৰ উদ্যম আৰু আঁচনি দেশৰ জনসাধাৰণৰ স্বাস্থ্য তথা সা...

April 28, 2025 12:44 PM

views 56

মধ্য প্রদেশত সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ প্রধানমন্ত্ৰীৰ এককালীন সাহায্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্রদেশত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে এটা পোষ্টত প্রধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ মান্দছৰত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু...

April 28, 2025 12:42 PM

views 60

কেবিনেটৰ অনুৰোধমৰ্মে জম্মু-কাশ্মীৰত আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কেবিনেটৰ অনুৰোধমৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। মন্ত্রীসভাই পেহেলগাম সন্ত্রাসবাদ আক্ৰমণৰ ঘটনাৰ আলোচনা কৰাৰ উদ্দেশ্যে এই বিশেষ সত্ৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল। বিধানসভাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইয়াৰ পাছতে সন্ত্ৰাস...

April 28, 2025 12:39 PM

views 52

সামৰিক প্ৰস্তুতিৰ সন্দৰ্ভত অনিল চৌহানৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীৰ তেওঁৰ বাসগৃত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সামৰিক প্ৰস্তুতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। প্রায় ৪০ মিনিটজোৰা চলা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাক...

April 28, 2025 12:37 PM

views 54

আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান সমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়— পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য ...