April 29, 2025 7:54 PM

views 42

ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰা কমলা প্ৰসাদ বিচেচৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কমলা প্ৰসাদ বিচেচৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে থকা ঐতিহাসিক সম্পর্কক লৈ ভাৰতে সদায় গৌৰৱ অনুভৱ কৰে। শ্ৰীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে সম্পর...

April 29, 2025 7:48 PM

views 60

নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্য্যায়ৰ বৈঠক

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনা বাহিনীৰ...

April 29, 2025 7:38 PM

views 31

তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ নিৰ্দেশনা অনুসৰি দেশৰ উচ্চ শিক্ষা ব্যৱস্থাত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ শৈক্ষিক বৰ্ষত বি টেক, এম বি একে ধৰি ৮টা নতুন পাঠ্যক্ৰম মুকলি কৰিছে। এই দ্বৈত স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম হৈছে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এনে পাঠ্যক্ৰম, য’ত বি ট...

April 29, 2025 7:34 PM

views 23

চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুল এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ’ব

চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী হাৱাৰগাঁৱত থকা নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখন এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ'ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ সৈনিক স্কুল ছ’চাইটিয়ে শেহতীয়াভাৱে ঘোষণা কৰা দেশৰ এশখন সৈনিক স্কুলৰ ভিতৰত চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখনেও স্বীকৃতি লাভ কৰিছিল। বিদ্যালয়খনৰ পৰ...

April 29, 2025 7:25 PM

views 48

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

অহা ২ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ ...

April 29, 2025 6:54 PM

views 22

কাইলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীসকলে কাইলৈ পুৱা ৯ বজাৰ পৰা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ডাউনল'ড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মার্কশ্বিটসমূহ চাব পাৰিব। www.ahs...

April 29, 2025 6:58 PM

views 31

আকাশবাণীৰ দ্বাৰা চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণীয়ে চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰিব। কাইলৈ দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ গংগোত্রী ধাম মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰাৰ উপৰি চাৰে ১১ বজাৰ পৰা চাৰে ১২ বজালৈ যমুনাত্রী ধাম মুকলি কাৰ্যসূচী পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ২ মে'ৰ পুৱা ৬ বজাত কেদাৰনাথ ধাম আৰু ৪ মে'ৰ ...

April 29, 2025 6:45 PM

views 26

পহলগাম আক্ৰমণত নিহতৰ আত্মাৰ শান্তিৰ বাবে আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়ৰ প্ৰাৰ্থনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলে সমবেত হৈ পহলগাম সন্ত্রাসবাদী আক্ৰমণত নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু এই আক্ৰমণত ভুক্তভোগীসকলৰ প্রতি সমবেদনা প্রকাশ কৰে। নিউজাৰ্চিৰ এডিচনত ভাৰতীয়-আমেৰিকান সমুদায়ৰ প্ৰায় ২০ টা সংস্থাৰ ৩০০ৰো অধিক সদস্যই এই জঘন্য সন্ত...

April 29, 2025 6:38 PM

views 25

বাংলাদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ আহ্বান বাংলাদেশ মহিলা পৰিষদৰ

বাংলাদেশ মহিলা পৰিষদে প্ৰফেছৰ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে দেশখনত মহিলা সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দেশখনত মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। কেৱল মাৰ্চ মাহতে ৪৪২ গৰাকী মহিলা ভুক্...

April 29, 2025 6:33 PM

views 34

পহলগাম আক্ৰমণৰ বিষয়টো ভাৰতৰ উপ-স্থায়ী প্রতিনিধি যোজনা পেটেলৰ ৰাষ্ট্ৰসংঘত উত্থাপন

ভাৰতে পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘত শক্তিশালীভাৱে উত্থাপন কৰাৰ লগতে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰা সন্দৰ্ভত পাকিস্তানৰ মন্ত্ৰীৰ স্বীকাৰোক্তিৰ বিষয়টোও উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ উপ-স্থায়ী প্রতিনিধি য়োজনা পেটেলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আচিফৰ শেহ...