April 29, 2025 6:07 PM

views 56

দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে চৰকাৰে দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ বিশ্বমানৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত য়ুগ্ম সন্মিলনত ভাষণ দি...

April 29, 2025 11:52 AM

views 23

পাকিস্তানৰ ১৬টা ইউটিউব চেনেলৰ বিৰুদ্ধে ভাৰতৰ নিষেধাজ্ঞা

ভাৰতে পেহেলগামত সংঘটিত শেহতীয়া আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ডন নিউজ, ছামা টিভি, এৰি নিউজ, জিঅ নিউজ আদিকে ধৰি মুঠ ১৬টা পাকিস্তানী ইউটিউব চেনেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰত, ভাৰতীয় সেনা বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভ...

April 29, 2025 11:51 AM

views 23

পঞ্জাবত এণ্টি ড্রোন ব্যৱস্থাৰ পৰীক্ষণ সম্পূৰ্ণ; ভাৰত-পাক সীমান্তত শীঘ্ৰে আৰম্ভ হ’ব এণ্টি ড্ৰোন ব্যৱস্থা

পঞ্জাবত এণ্টি ড্রোন ব্যৱস্থাৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু ভাৰত-পাক সীমান্তত কিছু দিনৰ ভিতৰতে এই ব্যৱস্থা আৰম্ভ কৰা হ'ব। এই ব্যৱস্থাৰ ফলত ড্ৰোনৰ জৰিয়তে সীমাৰ সিপাৰৰ পৰা ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৰবৰাহৰ ওপৰত অধিক নজৰ দিব পৰা যাব। ভাৰত-পাক সীমান্তৱৰ্তী কেইখনমান গাঁৱত শেহতীয়াকৈ এই ব্য...

April 29, 2025 11:49 AM

views 29

দক্ষিণ ইৰাণৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ-অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি

যোৱা শনিবাৰে হৰমুজগানৰ দক্ষিণ ইৰাণ প্ৰান্তৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। লগতে এই ঘটনাত এহেজাৰ ২০০ৰো অধিক লোক আহত হোৱা বুলি ইৰাণৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰা হৈছে আৰু উদ্ধাৰ তথা সাহায্...

April 29, 2025 11:48 AM

views 15

অহা ৭ মে’ত ৰোমান কেথলিক ধর্মগুৰু প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰী নিৰ্বাচন

ৰোমান কেথলিক ধর্মগুৰু প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰী গৰাকীক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া অহা ৭ মে'ত আৰম্ভ হ'ব। পোপ ফ্রান্সিছৰ দেহাৱসানৰ পাছৰ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰি থকা কাৰ্ডিনেলসকলৰ এখন ধৰ্মীয় সভাৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভেটিকানে এই কথা প্ৰকাশ কৰিছে। পৰম্পৰা অনুসৰি ছিষ্টিন চেপেলত ...

April 29, 2025 11:17 AM

views 66

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

অহা ২ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নির্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ...

April 29, 2025 11:16 AM

views 52

ৰাষ্ট্ৰপতি ভৱনত ৭১গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৭১ গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা- পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাচাও জিল...

April 29, 2025 11:14 AM

views 35

সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন জনাই মন্তব্য দিয়া ২৭জন লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন জনাই মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অভিযান চলাই এই পর্যন্ত ২৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, তামুলপুৰ, ধুব...

April 29, 2025 11:11 AM

views 35

জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৰ্ৱৰ্তী স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়...

April 29, 2025 11:09 AM

views 29

দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠান; ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই প্ৰতিযোগিতাক কেৱল এটা ক্রীড়া কাৰ্যসূচী নহয়, বৰং যুৱ শক্তি, অনুশাসন, নিষ্ঠা আৰু দল...