April 30, 2025 12:43 PM

views 56

উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

অক্ষয় তৃতীয়া উপলক্ষে উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হ'ব। উত্তৰ কাশী জিলাত অৱস্থিত গংগোত্ৰী আৰু যমুনোত্রী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে এই যাত্ৰা আৰম্ভ হ'ব। মুকবা গাঁৱৰ শীতকালীন আৱাসত দেৱী গংগাৰ পাল্কী ছমাহ ৰখাৰ পাছত কালি গংগোত্রী ধামলৈ লৈ অহা হয়। যোৱা নিশা ভৈৰৱঘাটিৰ ভৈৰৱ মন্দিৰত দ...

April 30, 2025 12:36 PM

views 43

আই পি এলত যোৱা নিশা কলকাতা নাইট ৰাইডার্ছৰ দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নতুন অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত কৰে। লেহীয়ে ২০৫ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ বান সংগ্ৰহ কৰে। দলৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু অক্ষৰ পেটেলে ৪৩ বান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ...

April 30, 2025 12:34 PM

views 37

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে কাছাৰৰ পৰা নাচিব আহমেদ, চিৰাঙৰ পৰা চাহিন আহমেদ মজুমদাৰ, কামৰূপৰ পৰা মস্তাক ৰহিম আলী ওৰফে চনু, লখিমপুৰৰ পৰা মহম্ম...

April 30, 2025 12:32 PM

views 39

প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক আক্ৰমণৰ মূল অভিযুক্ত ইমদাদুল ইছলামক চিনাক্ত

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ইমদাদুল ইছলাম নামৰ লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। এই লোকজনৰ সৈতে লাহৰীঘাটৰ আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে ২৭ এপ্ৰিলত নগাঁও জিলাৰ...

April 30, 2025 12:29 PM

views 41

হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘৰ্ষত এন এছ চি এনৰ ৩ জন সদস্যৰ মৃত্যু

 ডিমা হাচাও জিলাৰ হাফলঙত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন এন এছ চি এনৰ তিনিজন সদস্যৰ মৃত্যু হয়। অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি ডিমা হাচাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক শেহতীয়াকৈ উগ্ৰপন্থীয়ে ধন দাবী কৰিছিল। আৰক্ষী ...

April 30, 2025 12:27 PM

views 29

ভূষণ ৰামকৃষ্ণ গাৱাৰক দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ নিয়োগ

 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুনবাম মেঘৱালে প্রকাশ কৰা মতে ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে ন্যায়াধীশ গাৱাইক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োগ কৰিছে ...

April 30, 2025 12:23 PM

views 40

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনাও বিভিন...

April 30, 2025 12:19 PM

views 48

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা কৰা হৈছে। এই বছৰৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ হৈছে কলা শাখাত প্রায় ৮১ শতাংশ, বিজ্ঞান শাখাত ৮৪. ৮-৮ শতাংশ, বাণিজ্য শাখাত প্রায় ৮২ শতাংশ আৰু ভকেচনেল শাখাত প্রায় ৬৮ শতাংশ। কলা শাখাত প্ৰথম বিভ...

April 29, 2025 8:16 PM

views 34

ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাত ভাৰতীয় মহিলা ক্রিকেট দলৰ হাতত দক্ষিণ আফ্ৰিকা ১৫ ৰাণত পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে আজি কলম্বোত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাৰ এখন খেলত দক্ষিণ আফ্ৰিকাক ১৫ ৰাণত পৰাস্ত কৰি একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ছটা উইকেটৰ বিনিময়ত ২৭৬ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ প্রতীকা ৰাৱলে সৰ্বাধিক ৭৮ ৰাণ কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ৪...

April 29, 2025 8:00 PM

views 31

সেউজ হাইড্ৰজেন ভৱিষ্যতৰ ইন্ধন : শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সেউজ হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযানৰ সুযোগ সম্পৰ্কীয় এখন কর্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সেউজ হাইড্ৰ'জেনৰ উৎপাদনৰ বাবে প...