ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত আজি নগৰখনৰ মাজেৰে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ গোস্বামীয়ে এই শোভাযাত্ৰা মুকলি কৰে।
Assamese | October 1, 2024 12:44 PM | Akashvani | Blood Donate
ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত সজাগতা শোভাযাত্ৰা