ৰাজ্যৰ বিভিন্ন স্থানত কালি বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই উপলক্ষে মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে আঁতধৰা অনুষ্ঠানটোত মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। স্তনপানৰ প্ৰণালী তথা গুৰুত্ব সম্পৰ্কে স্বাস্থ্য কর্মীসকলে যাতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা সেই বিষয়টো অনুষ্ঠানত বিশেষভাৱে আলোচনা কৰা হয় ৷
Assamese | August 4, 2024 11:48 AM | World Breastfeeding Week
ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব স্তনপান সপ্তাহ পালন