August 1, 2026 9:57 PM

views 25

ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ শুভাৰম্ভণি

জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃ দুগ্ধপানঃ কাৰ্যকৰী পদক্ষেপসমূক অধিক শক্তিশালী কৰো আহকএই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ প্ৰতিবছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ পালন কৰা হয়।  এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃ দুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মাতৃ দুগ্ধপান ...

August 4, 2024 11:48 AM

views 67

ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব স্তনপান সপ্তাহ পালন

ৰাজ্যৰ বিভিন্ন স্থানত কালি বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই উপলক্ষে মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে আঁতধৰা অনুষ্ঠানটোত মাতৃদুগ্ধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। স্তনপানৰ প্ৰণালী তথা গুৰুত্ব সম্পৰ্কে স্বাস্থ্য কর্মীসকলে যাতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা সেই বিষয়টো অনুষ্ঠানত বিশেষভাৱে আলোচনা কৰা হয় ৷