বডোডৰাত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া এদিনীয়া আই চি চি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথমখন খেলত ভাৰতে ৱেষ্ট ইণ্ডিঞ্জক জয়ৰ বাবে ৩১৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ৩১৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৯১ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে এই বাতৰি যুগুটোৱাৰ পৰলৈকে ১৮ অভাৰত ৭ টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰি খেলি আছিল।
Assamese | December 22, 2024 8:33 PM | Woman ICC Cricket
মহিলাৰ তিনিখনীয়া এদিনীয়া আই চি চি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ভাৰতে ৱেষ্ট ইণ্ডিঞ্জক জয়ৰ বাবে ৩১৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ