দিল্লী চৰকাৰে প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰখনৰ শলাগ লৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লীৰ স্বাস্থ্য খণ্ডৰ দিশত এয়া হৈছে এটা উল্লেখনীয় পদক্ষেপ। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ লাখ লাখ নাগৰিক বিশেষভাৱে উপকৃত হ’ব।
Assamese | April 11, 2025 6:32 PM | Akashvani News | Ayushman Bharat | Delhi Govt | narendra modi
প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী মোদী চৰকাৰক শলাগ দিল্লী চৰকাৰৰ