প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইৰ ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে সমুদ্রত তেলৰ অপব্যয় ৰোধ কৰিবলৈ বিশেষ দৃষ্টিভংগী নিশ্চিত কৰি এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰৰ দেশসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আছিয়ান দেশসমূহৰ ২০ গৰাকী বিষয়াৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দুসপ্তাহজোৰা প্ৰশিক্ষণো কাইলৈ আৰম্ভ হ’ব।
Assamese | August 18, 2024 8:24 PM | Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ চেন্নাইৰ আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি