নেপালৰ গণ্ডকী প্ৰদেশত আজি বাছ পথৰ পৰা লুটি খাই পৰাত কমেও ৬জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ১০ জন আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে কাঠমাণ্ডু অভিমুখী বাছখনত চালকসহ মুঠ ১৮ গৰাকী আৰোহী আছিল। আহতসকলক প্রাদেশিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Assamese | October 3, 2026 6:21 PM | Akashvani | Akashvani News | Nepal Accident
নেপালৰ গণ্ডকী প্ৰদেশত পথৰ পৰা বাছ লুটি খাই পৰাত কমেও ৬জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ১০ জন আহত