থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰি উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত সন্দিকৈ মহাবিদ্যালয়ৰ চৈতলী ঘোষ আৰু নেহা দেই ৰূপৰ পদক, সুমিত্ৰাক্ষী শইকীয়া আৰু টিনা সোণোৱালে নিজ নিজ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত জাপান, পাকিস্তান, বাংলাদেশকে ধৰি মুঠ ৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
Assamese | August 19, 2024 9:24 PM | SPORTS
থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা