আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ভাৰত আৰু ব্ৰাজিলৰ প্ৰসংগ উত্থাপনেৰে আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা নিৰ্দেশ দিছে। নিৰ্দেশ অনুসৰি তেওঁ এইবুলি অৱগত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে স্বপ্নত্যায়িতভাৱে নিজৰ চিনাক্ত কৰাৰ বিপৰীতে ভাৰত আৰু ব্ৰাজিলে বায়’মেট্রিক ব্যৱস্থাৰে ভোটাৰৰ চিনাক্ত কৰে। তেওঁ লগতে জাৰ্মানী আৰু কানাডাৰ বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ ব্যৱস্থাকো প্ৰশংসা কৰে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰি বায়’মেট্ৰিক ব্যৱস্থাক অন্তৰ্ভুক্ত কৰিছে।
Assamese | March 26, 2025 8:36 PM | Donald Trump
আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ