আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati – 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে লগতে আকাশবাণীৰ গুৱাহাটীৰ কার্যালয়লৈ আহিও আবেদন পত্ৰ জমা দিব পাৰিব।
Assamese | January 9, 2025 5:04 PM | Akashvani | Akashvani Guwahati | Akashvani News
আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন