অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বার্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে।
অভিজ্ঞ অভিযন্তা হিচাপে ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন ঠাইত নিয়াৰীকৈ দায়িত্ব পালন কৰা বাৰ্মাই ১৯৯১ চনৰ ৩ অক্টোবৰত অইলত কাৰ্য্যবাহী প্রশিক্ষার্থী হিচাপে যোগদান কৰিছিল।
তেওঁ তিনি দশকৰো অধিক কাল তেল আৰু গেছ উদ্যোগত কাৰিকৰী তথা নেতৃত্বমূলক পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে।