November 30, 2024 6:51 PM

views 67

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ’বঃ উপ-ৰাষ্ট্ৰপতি

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ'ব বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মন্তব্য কৰিছে। নতুন দিল্লীত আজি উন্নত ভাৰত ২০৪৭: নতুন ভাৰতৰ লক্ষ্য ৩.০ সমাবেশত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় অর্থনীতি আৰু আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি আৰু ডিজিটেল অনুপ্ৰৱেশক আই এম এফ, বিশ্ব বেংক আৰু বিশ্ব অর্থনৈতিক মঞ্চই প্ৰশংসা কৰিছে। বিনিয়োগ আৰু সুযোগৰ বাবে ভাৰত উল্লেখযোগ্য স্থান হিচাপে আই এম এফে ভাৰতক স্বীকৃতি দিয়া বুলিও শ্রীধনখৰে মন্তব্য কৰে।...

November 12, 2024 8:07 AM

views 59

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ বিশ্ববিদ্যালয়খনত জলবায়ু পৰিৱৰ্তন আৰু শক্তি পৰিৱৰ্তনৰ সময়ত কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানেও ভাগ ল'ব। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৩২ সংখ্যক ছট পল মিটাল ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ছট পল মিটাল বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্...

October 10, 2024 7:20 PM

views 60

ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ শেষকৃত্য ক্ষন্তেক পাছতে মুম্বাইৰ ৱলিত সম্পন্ন কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী শ্রী শ্বাহ মুম্বাইত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰতন টাটাক শেষ শ্রদ্ধা জনোৱাৰ বাবে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত মৃত্যু হোৱা ৰতন টাটাক শেষ শ্ৰদ্ধা জনাবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল...

July 12, 2024 9:44 AM

views 52

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্রফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত ২০৪৭ উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত...

June 1, 2024 8:41 PM

views 51

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...

May 9, 2024 5:29 PM

views 60

আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অযোধ্যা ভ্ৰমণ কৰিব

♦ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি অযোধ্যা ভ্ৰমণ কৰিব। নিজৰ এদিনীয়া অযোধ্যা ভ্রমণসূচিত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অযোধ্যাস্থিত শ্ৰীৰামলালা মন্দিৰ, হনুমানগঢ়ি মন্দিৰ, কুবেৰ টিলা দৰ্শন কৰাৰ লগতে সৰ ঘাটত হ'বলগীয়া আৰতিতো অংশগ্ৰহণ কৰিব।