February 16, 2025 12:18 PM
40
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত সমন্বয় আৰু আধ্যাত্মিকতাৰ মিলন দেখি আনন্দিত হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে দেউৰীসকলৰ সমৃদ্ধ ইতিহাসে জাতীয় জীৱনক মহিমামণ্ডিত কৰিছে বুলি প্ৰকাশ কৰি সম্প্ৰদায়টোৰ ইতিহাস যাতে নতুন প্ৰজন্মই আওকান নকৰে তাৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনায়। এই দেওশালখনৰ ৪০০ বছৰীয়া ...