June 28, 2026 7:47 PM

views 20

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত ৫ বছৰ বয়সলৈকে ১,৯৯,৫৯১ টি শিশুক সামৰি লোৱা হৈছে। এই প্রতিষেধক প্রদান কার্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্রকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রতো আজি এই দিৱসৰ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই মুখ্য অতিথি ৰূপ...

June 28, 2026 12:28 PM

views 23

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্রতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ ৩৭টা ভ্রাম্যমান দলো এই কার্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কার্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্...

June 27, 2026 9:26 PM

views 18

কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব । এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰো ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব।  এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ ৩৭টা ভ্রাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব।  তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী ৩০ জুনলৈ চল...

June 12, 2026 7:44 PM

views 21

মৰিগাঁৱত অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ’ প্ৰতিষেধকৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ আন ঠাইৰ লগতে মৰিগাওঁ জিলাতো অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাজ্যিক স্বাস্থ্য বিষয়া ডাঃ নগেন শৰ্মাই পাৱাৰ পইণ্ট প্রেজেণ্টেছনৰ সহায়ক অভিযানৰ প্ৰস্তুতিৰ বিষয়ে আভাস দিয়ে। তেওঁ কয় যে জিলাখনত এইবা...

June 5, 2026 7:27 PM

views 37

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰে'লৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্রতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্রতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয়, যে ১৯৯৫ চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত ২০১৪ চনতে সম্পূর্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আদি ...