August 14, 2026 12:03 PM

views 21

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুস্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ-বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশত ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বা...

February 20, 2025 6:54 PM

views 59

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্রকাশ কৰে। তেঁও কয়, যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় এহেজাৰ ছশ চিকিৎসকৰ পদ খালী হ'ব। এই পদসমূহ পূৰণ কৰিলে জনসাধাৰণে চিকিৎসালয়সমূহত পর্যাপ্ত চিকিৎসক লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। কংগ্ৰেছৰ বিধায়ক ডাঃ আছিফ নাজাৰৰ নগাওঁৰ চিকিৎসালয়সমূহত পর্যাপ্ত ঔষধ আৰু সা-সুবিধা মজুত...

February 2, 2025 11:44 AM

views 103

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৰ্হিঃ বিভাগ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত ২০২৯ চনলৈ মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ লগতে নতুনকৈ দৰং, হোজাই আৰু হাইলাকান্দিত চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত ধন আৱণ্টন কৰা হ’ব। তেওঁ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা ব...

December 7, 2024 8:52 PM

views 66

চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্রতিষেধক প্ৰদান কেন্দ্ৰত ডেৰ লাখতকৈও অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব । একেদৰে চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ ...

August 2, 2024 6:15 PM

views 62

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...

July 22, 2024 7:32 PM

views 71

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডº পৰেশ চন্দ্ৰ কলিতাই প্ৰকাশ কৰা অনুসৰি জিলাখনত ৩৬গৰাকী লোক জাপানীছ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ১৮ গৰাকী লোক জাপানীচ এনচেফেলাইটিছ পজিধিভ বুলি চিনাক্ত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে জিলাখনৰ ঠায়ে ঠায়ে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে। লগতে জ্বৰত আক্ৰান্তৰ তেজৰ নমুনা পৰীক্ষা প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হৈছে...