August 13, 2026 5:10 PM
11
ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ
ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে ত্ৰিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা বুলি তেঁও কয়। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ...