June 10, 2026 10:50 AM
40
ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে
● ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফর্মেন্ছ গ্রেডিং ইনডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ ২৭ সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষা খণ্ডক দেশৰ ভিতৰত দশম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম-কাজ আ...