December 8, 2025 11:46 AM

views 62

অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প উদ্বোধন

অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই উপলক্ষে কালি পশ্চিম চিয়াং জিলাৰ আলোত ৪৪ নম্বৰ সীমান্ত পথ কার্যবাহিনীৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অৰুণাচল প্ৰদেশৰ আইন আৰু ন্যায় মন্ত্রী কেন্ট' জিনিয়ে এই প্রকল্পসমূহে ভাৰত-চীন সীমান্তৰ চি য়ুমি আৰু আপাৰ চিয়াং জিলাত নিয়োজিত সেনাবাহিনীক বিশেষভাবে সহায় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে সশস্ত্র বাহিনী আৰু স্থা...

August 18, 2025 12:39 PM

views 71

মাউণ্ট এলব্রুছ শৃংগ আৰোহন কৰা বাবে কাবাক য়ানুক অভিনন্দন জ্ঞাপন অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেণ্টেট জেনেৰেল কে টি পৰনাইকে মাউণ্ট এলব্রুছ শৃংগ আৰোহন কৰা বাবে পৰ্বতাৰোহী কাবাক য়ানুক অভিনন্দন জ্ঞাপন কৰে। মাউণ্ট এলব্রুছ হৈছে ৰাছিয়া আৰু ইউৰোপৰ আটাইতকৈ ওখ শৃংগ।কাবাকে চলিত মাহৰ ১৬ আগষ্টত এই শৃংগটো আৰোহন কৰিছিল । ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে পতাকা জোকাৰি কাবাক য়ানুৰ চেভেন চাম্মিট চেলেঞ্জ মুকলি কৰে আৰু পৰ্বতাৰোহীগৰাকীৰ উৎসৰ্গাৰ মনোভাৱ তথা আত্মবিশ্বাসৰ প্ৰশংসা কৰে। মাউণ্ট এলব্রুছ শৃংগটো সাগৰ পৃষ্ঠতকৈ ১৮হাজাৰ ৫শ ১০ ফুট উচ্চতাত অৱস্থিত। এই শৃংগটো দক্ষিণ পশ্চিম ৰাছিয...

April 22, 2025 12:01 PM

views 66

বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি

● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ'ল্ডেন পেগোডাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। কালি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত গুৱাহাটীস্থিত ভূটানৰ কাচ'ল জেনেৰেল জিগমে থিনলে নামগিয়াল, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক অভিজিত...

March 6, 2025 8:37 PM

views 78

আজিৰে পৰা অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। এয়া হৈছে অষ্টম বিধানসভাৰ চতুর্থ সংখ্যক অধিৱেশন। এই অধিৱেশনত ৫খন বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কৰ ভাষণেৰে আজি সদনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালে তেওঁৰ ভাষণত কয়, যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটে অহা বছৰৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ কৌশলগত দিশ নিৰ্ধাৰণ কৰাই নহয়, ২০৪৭ চনৰ ভিতৰত বিকশিত অৰুণাচল নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ কাৰ্যক্ৰমণিকা হিচাপেও কাম কৰিব। তেওঁ লগতে কয়, যে জটিল খণ্ডসমূহক অগ্ৰাধিকাৰ দি ...

December 29, 2024 12:16 PM

views 78

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনা বাহিনীৰ স্পিয়াৰ ক'ৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও- বিজয়নগৰ পথৰ কাষৰ এম এছ-২৭ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন্ধান চলায়। এই অভিযানত বিভিন্ন স্থানৰ পৰা মুঠ ১০ এম কিউ ৮১, চীনত নির্মিত এছাৰ্ট ৰাইফল উদ্ধাৰ কৰা হয়। এই অস্ত্ৰসমূহ বিগত বৰ্ষত আত্মসমৰ্পণৰ পূৰ্বে এন এন জিএ বনাঞ্চলত পুতি থৈছিল বুলি সেনা বাহিনীয়ে সন্দ...

December 19, 2024 5:14 PM

views 62

অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ পথ উন্নয়ন প্ৰকল্পৰ বাবে ৩৯৮ কোটি টকাত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে কেন্দ্ৰীয় পথ আৰু আন্তঃগাথনি নিধিৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৯ টা ৰাজ্যিক জিলা পথ উন্নয়ন প্ৰকল্পৰ বাবে এই পুঁজি মোকলাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ অতি ভিতৰুৱা ঠাইসমূহতো যোগাযোগৰ ব্যৱস্থা সূচল কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে সামাজিক-অর্থনৈতিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ খণ্ডৰ লোকসকলৰ জীৱন ধ...

October 1, 2024 10:29 AM

views 73

অৰুণাচল প্ৰদেশত বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

● তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত হোৱা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি দৰ্জী খাণ্ডু ৰাজ্যিক অধিৱেশন কক্ষত এটা জনসম্পৰ্কৰক্ষা কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছতে তেওঁ নামছাই জিলাত ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক ব্যৱসায় কাৰ্যালয় উদ্বোধন কৰিব। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্...

June 15, 2024 2:39 PM

views 70

বিধায়ক টেছম পংগতে অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

চাংলাং উত্তৰ সমষ্টিৰ বিধায়ক টেছম পংগতে আজি অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বিধানসভাৰ অধ্যক্ষ নির্বাচনেৰে বিশেষ অধিৱেশন আৰম্ভ হয়। তদর্থ অধ্যক্ষ নিনং ইৰিঙে কোনো প্রতিদ্বন্দ্বিয়ে মনোনয়ন পত্র দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত টেছম পংগতে বিনা প্রতিদ্বন্দ্বিতাৰে অধ্যক্ষ নির্বাচিত হোৱা বুলি ঘোষণা কৰে। অধ্যক্ষৰ আসন গ্ৰহণ কৰি শ্ৰী পংগতেই তেওঁক এই পদৰ বাবে নির্বাচন কৰাৰ বাবে সদনক ধন্যবাদ জনায়। লগতে পদবীৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখি দায়ি...

June 2, 2024 2:16 PM

views 75

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি আৰু চিকিমত চিকিম ক্রান্তিকাৰী মৰ্চা বিজয়ৰ দিশে

অৰুণাচল প্ৰদেশ আৰু চিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সূচাৰুৰূপে চলি আছে। ৬০ জনীয়া অৰুণাচল প্ৰদেশ আৰু ৩২ জনীয়া চিকিম বিধানসভাৰ বাবে ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সমান্তৰালভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে, চিকিমত শাসকীয় চিকিম ক্রান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে বিজেপি ৪৩ খন আসনত জয়লাভ কৰিছে আৰু ৩ খনত আগবাঢ়ি আছে। আনহাতে, নেচনেল পিপলছ পাৰ্টী ৫ খন আসনত জয়ী হৈছে । কংগ্ৰেছ দ...

June 1, 2024 3:00 PM

views 75

অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি

কাইলৈ হ’বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ কাইলৈ অৰ্থাৎ‍ ২ জুনত অন্ত পৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত দেশৰ আন আন ৰাজ্যৰ সৈতে একেলগে কৰা হ’ব। কাইলৈ পুৱা ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে পোষ্টেল বেলট আৰু ইলেক্‌ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলটৰ ভোটগণনা কৰা...