June 2, 2024 2:16 PM
83
অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি আৰু চিকিমত চিকিম ক্রান্তিকাৰী মৰ্চা বিজয়ৰ দিশে
অৰুণাচল প্ৰদেশ আৰু চিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সূচাৰুৰূপে চলি আছে। ৬০ জনীয়া অৰুণাচল প্ৰদেশ আৰু ৩২ জনীয়া চিকিম বিধানসভাৰ বাবে ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সমান্তৰালভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে, চিকিমত শাসকীয় চিকিম ক্রান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে বিজেপি ৪৩ খন আসনত জয়লাভ কৰিছে আৰু ৩ খনত আগবাঢ়ি আছে। আনহাতে, নেচনেল পিপলছ পাৰ্টী ৫ খন আসনত জয়ী হৈছে । কংগ্ৰেছ দ...