August 3, 2026 7:02 PM
13
কমনৱেলথ গেমছত ভাৰতৰ ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুৰ্থ স্থান দখল
গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে ২০৩০ চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কমনৱেল্থ...