শিৱসাগৰ জিলাৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড০ জীতেন হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে। যুৱ মহোৎসৱৰ অংশ হিচাপে কালি প্ৰতিনিধি শিবিৰ উদ্বোধন কৰাৰ পাছত আজি পতাকা উত্তোলন আৰু ছহিদ তৰ্পনৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়।
Assamese | January 21, 2025 8:30 PM | sivsagar piyoli phukan college yub mahotsav
শিৱসাগৰৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ