প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ বৰ্ষত এই উদ্দেশ্যে অহা পৰ্যটকৰ সংখ্যা ১৮৩গৰাকীৰ পৰা বৃদ্ধি হৈ ২০২৩ চনত এই সংখ্যা ৬৩৫ হয়গৈ। ৰাজ্যসভাত এটা লিখিত উত্তৰত পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, দেশত চিকিৎসাৰ সুবিধা ল’ব বিচৰাসকলৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে মেডিকেল ভেন্যু ট্ৰেভেল নামেৰে এটা অফিচিয়েল প’ৰ্টেল মুকলি কৰে। এই প’ৰ্টেলটোৱে ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা ভ্ৰমণকাৰীসকলৰ তথ্য আৰু ৰোগীৰ যাত্ৰা সু-শৃংখলিত কৰাত সহায় কৰিব ।
Assamese | July 27, 2024 12:16 PM | rs medical tourism
দেশলৈ প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি