নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি বিয়লি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত হ‘ব। তিনিদিনীয়া এই প্ৰতিযোগিতাত ১৪৫ গৰাকী ভাৰতীয় আৰু ২০ খন দেশৰ ১০৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰে মুঠ ২৫০ গৰাকী পেৰা এথলিটে ভাগ ল‘ব। এই প্ৰতিযোগিতা ৯০টা পেৰা ইভেণ্টৰে ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ পেৰা এথলেট প্রতিযোগিতাৰূপে বিবেচিত হৈছে। ২০২৪ৰ পেৰিছ পেৰা অলিম্পিকত স্বর্ণ পদক বিজয়ী প্রবীন কুমাৰ, নৱদীপ সিং আৰু ধৰম বীৰে ভাৰতীয় দলটোক নেতৃত্ব দিব।
Assamese | March 11, 2025 12:40 PM | Para athelatics
নতুন দিল্লীত আজি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত