কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান সংগ্ৰহালয় আৰু খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত নলবাৰীৰ আর্যভট্ট বিজ্ঞান কেন্দ্ৰত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জিলাখনৰ ২২টা দলে অংশগ্ৰহণ কৰে। কোৱান্টাম যুগ আৰম্ভ, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনাচক্ৰত কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্রহণ কৰে।
Assamese | September 9, 2025 8:24 PM | kahanapara
নলবাৰীৰ আর্যভট্ট বিজ্ঞান কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত