কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাৱহ ঘটনাত দুগৰাকী কন্যাসহ মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মতে শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।
Assamese | June 8, 2024 6:37 PM | kerala accident death
কেৰালাৰ এৰ্নাকুলাম জিলাত অগ্নিদগ্ধ হৈ দুই কন্যাসহ মাতৃৰ মৃত্যু