গোলাঘাট আঞ্চলিক বন বিভাগৰ বিষয়া ছৰিফুল ৰহমানক ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিষয়াজনে বিভিন্ন লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। অৱশেষত ব্যৱসায়ীসকলে ছৰিফুল ৰহমানৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
Assamese | April 24, 2025 12:03 PM | golaghat arrest
গোলাঘাট আঞ্চলিক বন বিভাগৰ বিষয়া ছৰিফুল ৰহমানক গ্ৰেপ্তাৰ