ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰে। একেদৰে কালি পুৱাৰ ভাগত ফেৰী সেৱা বিঘ্নিত হৈছিল। পাছলৈ বতৰ ফৰকাল হোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয়। এই সন্দর্ভত সবিশেষ তথ্যৰ বাবে আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক ৰায়ে এইদৰে জনাইছে।
Assamese | December 4, 2025 12:30 PM | farry service
ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত