তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউৰ সংলগ্ন ২০ খন বিছনাযুক্ত আছুতীয়া ভৱন আজি উদ্বোধন কৰা হয়। বিধায়ক ৰূপেশ গোৱালাই নৱনিৰ্মিত এই ভৱনটো উদ্বোধন কৰে। এই ভৱনটোৰ জৰিয়তে বৃহত্তৰ ডুমডুমা অঞ্চলৰ ৰাইজ উপকৃত হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্রকাশ কৰে ।
Assamese | August 26, 2024 8:44 PM | doomdooma fru 20 bed bhavan
তিনিচুকীয়াৰ ডুমডুমা এফ আৰ ইউত ২০খন বিছনাযুক্ত আছুতীয়া ভৱন উদ্বোধন