উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ তাৰিয়নি জেংৰাই গাঁৱৰ পৱিত্ৰ পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। ৮ৰ পৰা ১২ মে’লৈ ডেৰাডুনত এই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
Assamese | May 16, 2024 8:26 PM | derhadon karate pabitra pegu
ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰৰ পৱিত্ৰ পেগুৰ ব্ৰঞ্জৰ পদক লাভ