খেল

August 4, 2025 8:11 PM

views 72

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতৰ ২-২ৰ সমতা স্থাপন

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতে ২-২ৰ সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টৰ আজি পঞ্চম দিনা কেৱল ৫৭ মিনিটতে ভাৰতীয় বলাৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৪ টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ায়। ইংলেণ্ড ৬ ৰাণত পৰাজিত হয়। মহম্মদ...

August 4, 2025 12:26 PM

views 64

২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতাত ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেল ছেমি ফাইনেললৈ অগ্ৰসৰ

থাইলেণ্ডৰ ৰাজধানী বেংককত কালি অনুষ্ঠিত ২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতা ২০২৫ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দীক যোগ্য প্ৰভুত্ত্যৰ প্ৰদৰ্শনেৰে ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেলে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে। মহিলাৰ ৪৮ কিল'গ্রাম শাখাত ভাৱনা শৰ্মাই ভিয়েটনামৰ প্ৰতিদ্বন্দী নাগ'ক লিন চি নাগ'ক পৰাস্ত কৰে। একেদৰে ...

August 2, 2025 1:01 PM

views 42

এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতৰ ২ উইকেটত ৭৫ ৰাণ সংগ্ৰহ

লণ্ডনৰ অ’ভেলত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৭৫ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। যশস্বী জয়ছোৱালে ৫১ আৰু আকাশ দীপে ৪ ৰান কৰি খেলি আছিল। ...

August 1, 2025 8:29 PM

views 80

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চ...

August 1, 2025 8:26 PM

views 60

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়...

August 1, 2025 11:20 AM

views 81

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলৰ পাঁচটা পদক লাভ

এথেনচত কালি অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে দুটা সোণ, দুটা ৰূপ, আৰু এটা ব্ৰঞ্জসহ মুঠ পাঁচটা পদক লাভ কৰে । ভাৰতৰ হৈ ৰাচানাই চীনৰ ছিন হুয়াঙৰ বিৰুদ্ধে মহিলাৰ ৪৩ কেজি ফ্ৰীষ্টাইল শাখাত ৩- ০ফলাফলেৰে প্ৰথমটো সোণৰ পদক লাভ কৰে। অশ্বিনি বিষ্ণোইয়ে ৬৫ ক...

August 1, 2025 11:17 AM

views 51

মাকা’ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকা' অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত কালি তৰুণ মন্নেপল্লিয়ে হংকঙৰ লি ছেউক য়ুক ১৯-২১, ২১-১৪, ২২- ২০ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তৰুণ আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হু ঝে এনৰ সন্মুখীন হ'ব। একেদৰে লক্ষ্য সেনে...

July 31, 2025 9:46 AM

views 46

অ’ভেলত আজি ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম টেষ্ট

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট আজি অ’ভেলত আৰম্ভ হ’ব। অ’ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ’ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছ...

July 30, 2025 8:59 PM

views 64

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ বড়োলেণ্ড এফ চি – কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত বড়োলেণ্ড এফ চি - কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এই খেলখন বিয়লি চাৰি বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড ফুটবল প্...

July 30, 2025 12:33 PM

views 58

ব্রাজিলত আজিৰে পৰা ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ

ব্রাজিলৰ ফজ ড’ ইগোৱাছ’ত আজিৰে পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত মানৱ থক্কৰ, হৰমিত দেশাই, মনুছ শ্বাহ, স্নেহিত ছুৰাভাজ্জ্বলা, পায়ছ জৈন আৰু অংকুৰ ভট্টাচার্যীয়ে দেশক প্রতিনিধিত্ব কৰিব। মহিলাৰ ছিংগলছত আগশাৰীৰ মণিকা বাঢ়াৰ উপৰি ঐহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।