খেল

April 13, 2025 11:46 AM

views 23

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱে আমেৰিকাৰ ফ্ল'ৰিডাত চলি থকা আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে যোৱা নিশা ৰোমাঞ্চকৰ ফাইনেলত চীনা টাইপেইৰ হুৱাং জাউ আৰু চেন চীহ লুনৰ যুটীটোক ১৫৩-১৫১ পইণ্টত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। কম্প...

April 13, 2025 11:41 AM

views 44

আই পি এলঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৫৫ টা বলত ১৪টা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰৰ সহায়ত ১৪১ ৰান কৰে। এই প্ৰদৰ্শনৰ সুবাদতে অভিষেক আই পি এল ক...

April 12, 2025 1:18 PM

views 39

আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতৰ দ্বিতীয় স্থান দখল

আৰ্জেণ্টিনাৰ বিউন'জ এয়াজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰে।

April 12, 2025 1:00 PM

views 42

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জিকি চেন্নাইৰ দলটোক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। মহেন্দ্র সিং ধোনী নেতৃত্বা...

April 11, 2025 7:01 PM

views 38

আই পি এলত সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই. পি. এলৰ এইবাৰৰ সংস্কৰণৰ বাকী খেল কেইখনত পূর্ণকালীন অধিনায়ক ৰুতু...

April 11, 2025 6:56 PM

views 74

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

April 11, 2025 10:08 AM

views 49

ভাৰতীয় মহিলা হকী দলটো ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

April 11, 2025 10:04 AM

views 49

আই পি এলত ডেলহি কেপিটেলছৰ হাতত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৬ উইকেটত পৰাস্ত

ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম. ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই. পি. এল. ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ডেলহি কেপিটেলছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত ৪টা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। ডেলহিৰ হৈ কে. এল. ৰাহুলে ৫৩টা...

April 10, 2025 8:20 PM

views 53

৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ভাৰতীয় মহিলা হকী দল

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

April 10, 2025 7:15 PM

views 46

ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্ট এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্টৰ যুটিটো চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত চীনা টাইপেৰ ৱং ৱেই য়ে আৰু নিক’লে গঞ্জালেছ ছানৰ হাতত ১২-২১ ৰ ব্যৱধানত পৰাজিত হয় যদিও পৰৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।