ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র’ হোৱাৰ পাছত টাই ব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
Assamese | July 28, 2025 9:12 PM | Akashvani News | Divya Deshmukh | SPORTS
ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন